ধিঙৰ বেচামাৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

ধিঙৰ বেচামাৰীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।

পৱিত্ৰ ৰমজান মাহৰ ইফতাৰৰ সময়ত সংগঠিত হয় এই পথ দুৰ্ঘটনা।

টম টমৰ খুন্দাত থিতাতে নিহত এটি কণ মানি।

নিহত কনমানি জন আহোম গাঁৱৰ ৫ বছৰ বয়সৰ এহিয়া আলম বুলি চিনাক্ত।

পথ নিৰ্দেশনা জ্ঞান নথকা টমটমৰ লগতে চালকৰ পঞ্জীয়ন বিহীন একাংশ চেঙেলীয়া চালকৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ আশংকা ৰাইজৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *