মৈৰাবাৰীত জব্দ বিলাতী সুৰা


মৈৰাবাৰীত জব্দ বিলাতী সুৰা।

মৈৰাবাৰী আৰক্ষীৰ অভিযানত জব্দ বিলাতী সুৰা খিনি।
আৰক্ষীৰ অভিযানত জব্দ ৪০ টা বিলাতী সুৰাৰ বটল।

মৈৰাবাৰী বজাৰৰ পশ্চিম দিশত গেলামালৰ দোকানত বহু দিনৰে পৰা অজয় নামৰ লোক জনে চলাই আহিছিল বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায়।

আৰক্ষীয়ে সুৰা ব্যৱসায়ী অজয়কো গ্ৰেপ্তাৰ কৰিছে।
আনহাতে, সুৰা ব্যৱসায়ত জড়িত থকা অজয়ৰ পিতৃ মাতৃ আৰু বিজয় নামৰ ভাতৃ পলাতক হৈ আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *