বিলাসীপাৰাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ বিলাসীপাৰা জিলা সমিতিৰ উত্তাল প্ৰতিবাদ ।
বিলাসীপাৰাৰ গান্ধী চকত অৱস্থান ধৰ্মঘট ৰূপায়ন AJYCP ৰ ।
টোল কৰ, বিদ্যুৎ মাচুল, জীৱন দায়িনী ঔষধ, পৌৰ কৰ আৰু অন্যান্য নিত্য ব্যৱহাৰ্য্য সা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সাব্যস্ত কৰে এই প্ৰতিবাদ ।
