ধিঙত নাচনীৰ ৰূপত চক্ৰ বিষয়া গালে বিহু গীত

ধিঙত নাচনীৰ ৰূপত চক্ৰ বিষয়া গালে বিহু গীত।অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা বিহু নাচৰ আখৰাত কঁকাল ঘুৰাই বিহু নাচিলে ধিং ৰাজহ চক্রৰ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰীয়ে ।বিহু আখৰা পৰিদৰ্শন কৰিব আহি ৰৈ থাকিব নোৱাৰিলে চক্ৰ বিষয়া বিলিভীয়া চৌধুৰীয়ে। চক্ৰ বিষয়া গৰাকীয়ে ককাঁল ভাঙি নাচি আনন্দ লাভ কৰাৰ লগতে উৎসাহিত কৰে নাচনী ঢুলীয়াক। ধিং মহাবিদ্যালয়ৰ চৌহদত গ্ৰীনিজ বুক অব ৰেকৰ্ডচৰ বাবে ১০০ গৰাকী নাচনী ঢুলীয়াই বিহুৰ আখৰ কৰি আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *