আজি মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল।APSC ৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত হৈছে ৰাকেশ পাল ।ADO গোচৰৰ শুনানীৰ বাবে আদালতত উপস্থিত ৰাকেশ পাল।উল্লেখযোগ্য যে ৬ বছৰ ৪মাহৰ অনন্ত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল।সন্ধিয়া কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হব ৰাকেশ পাল।ৰাকেশ পাল আছিল অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা সেই পৰীক্ষা এখন বজাৰলৈ ৰূপায়ণ কৰিছিল।সুদীৰ্ঘ 6 বছৰৰ মূৰত জামিন লাভ কৰিলে ৰাকেশ পালে।
