মৈৰাবাৰীত গৰু চুৰ আটক

মৈৰাবাৰীত গৰু চুৰ আটক।

নগাঁও ধিংৰ ভকত গাঁৱৰ পৰা এটি গৰু চুৰি কৰি মৈৰাবাৰীত বিক্ৰী কৰিবলৈ আহোতে গৰুৰ গৰাকীয়ে হাতে লুটে ধৰিলে শ্বহীদুল ইছলাম নামৰ গৰু চুৰটোক।

ধৃত চুৰটোৰ ঘৰ ধিংৰ বিলতীয়া গাঁৱত।

গৰুটি বিক্ৰী কৰিবলৈ আহোতে পিছে পিছে গৰুৰ গৰাকীয়ে বিচাৰি মৈৰাবাৰী সাপ্তাহিক বজাৰতে বিক্ৰী কৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

মৈৰাবাৰীৰ একাংশ গৰু বেপাৰীৰ সহযোগত আটক কৰি মৈৰাবাৰী আৰক্ষী থানাত চমজি দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *