ছেবাৰ আন এক নতুন নিৰ্দেশনা

ছেবাৰ আন এক নতুন নিৰ্দেশনা। মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত ছেৱাৰ এক বিশেষ নিৰ্দেশনা ।এতিয়াৰে পৰা মেট্ৰিকৰ প্রশ্নকাকত থাকিব আৰক্ষী খানৰ oc ৰ তত্বতাবধানত।শেহতীয়াকৈ যি বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিছিল।তাৰ পিছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছিল।বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল।তাৰ পিছতে প্ৰশাসনৰ লগতে ত্বতপৰ হৈ পৰিছিল ছেৱা।বিজ্ঞান আৰু অসমীয়া পৰীক্ষা সন্দর্ভত এই নির্দেশনা।প্রশ্নকাকতৰ টোপোলা গ্রহণ কৰিব থানাৰ ভাৰপ্রাপ্ত বিষয়াই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *