ৰাজ্যত সঘনাই সংঘটিত হৈছে এটাৰ পিছত আন এটা মৰেল পুলিচগিৰি ঘটনা।এইবাৰ স্থান কৰিমগঞ্জ।কৰিমগঞ্জত এটা চুৰক খুটাত বান্ধি একাংশ লোকে মাৰ পিত কৰে।উল্লেখযোগ্য যে দীর্ঘদিনৰ পৰা কৰিমগঞ্জত সংঘটিত হৈ আহিছে চুৰি কাণ্ডৰ ঘটনা।আজি ৰাইজে হাতে লুটে আটক কৰি এনেদৰে মাৰ পিত কৰে।দিনৰ পোহৰতে সংঘটিত কৰিছিল চুৰ।আৰু তাৰ পিছতে ৰাইজে আটক কৰি চুলি কাটি দি এনেদৰে মাৰপিত কৰা পৰিলক্ষিত হৈছে।যিহেতু দীৰ্ঘদিনৰে পৰা চুৰিকাণ্ড সংঘটিত হৈ আহিছে কৰিমগঞ্জত।অৱশেষত ৰাইজে অতিষ্ঠ হৈ পৰিছে।যাৰ ফলশ্ৰুতিত এনেদৰে মাৰ পিত কৰা পৰিলক্ষিত হৈছে।
