৪ দিনৰ বাবে সতৰ্ক হওঁক অসমবাসী

অসমৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞৰ এক বিশেষ সতৰ্কবাণী।ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতিখন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে।অনাগত প্ৰায় চাৰিটাকৈ দিনলৈ ৰাজ্যত কালৰূপ ধাৰণ কৰিব বতৰে।শিলাবৃষ্টি হোৱাৰ আকংসা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।উজনিৰ পৰা নামনিলৈ প্ৰতিখন ৰাজ্যতে সতৰ্কবাণী প্ৰেৰণ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *