শিশু সৰবৰাহক লৈ অসম বিধানসভাত উন্মোচিত হৈছে উদ্বেগজনক তথ্য। শিশু সৰবৰাহৰ ক্ষেত্ৰত অসম আছে শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত। দেশৰ ভিতৰতে সৰ্বাধিক শিশু সৰবৰাহৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়।আনহাতে অসমৰ পৰা সৰবৰাহ হোৱা শিশুৰ ভিতৰত ৭৯ শতাংশই হ’ল ছোৱালি আৰু ২১ শতাংশ ল’ৰা
