পুনৰ জনতাৰ ওপৰত মাধমাৰ

৭.৫ শতাংশ বৃদ্ধি পাব পৌৰ কৰ।
পুনৰ জনতাৰ ওপৰত মাধমাৰ।১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পৌৰ এলেকাৰ সম্পত্তিৰ কৰ
নুন্যতম ৭.৫ শতাংশকৈ বাঢ়িব পৌৰ কৰ
পৌৰ কৰ বৃদ্ধিত অনুমোদন জনালে হিমন্ত বিশ্ব শৰ্মাই
৩১ মাৰ্চৰ ভিতৰত পৌৰ এলেকাৰ অনাদায় সম্পত্তি কৰ সংগ্ৰহৰ নিৰ্দেশ বিভাগৰ
বিত্তীয় সংকটৰ কৰা সকাহ পাবলৈ সিদ্ধান্ত চৰকাৰৰ

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *