মোৰাঝাৰৰ পূৰ্ব যমুনা গাৱঁত পুনৰ আৰম্ভ অবৈধ বালি খনন

মোৰাঝাৰৰ পূৰ্ব যমুনা গাৱঁত পুনৰ আৰম্ভ অবৈধ বালি খনন

অবৈধ বালিৰ খননৰ কাৰ্য্য লগত জড়িত বহুত মাফিয়া গৈছিল জেললৈ

কিন্তু জেলৰ পৰা আহি আকৌ পূৰ্ব যমুনা গাৱঁত বহুৱালে বালি খনন মিচিন

বালি মাফিয়াৰ এই কাৰ্য্যত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা

প্ৰতেক দিনাই পূৰ্ব যমুনা গাৱঁত এক লাখৰো অধিক টকাৰ বালি মাফিয়াই বালি বিক্ৰি কৰে।

অভিযোগ অনুসৰি হৈব আলি কৰিম মুল্লা আৰু মনয়াইৰ নেতৃত্ব পূৰ্ব যমুনা গাৱঁত চলি আছে এই অবৈধ মহলটো

এতিয়া প্ৰশ্ন হয় কেতিয়া বন্ধ হব পূৰ্ব যমুনা গাৱঁৰ অবৈধ বালিৰ ঘাটখন।

নীৰৱ প্ৰশাসন নীৰৱ চৰকাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *