পথ সুৰক্ষা সজাগতা অভিযান শিৱসাগৰ যান বাহন আৰক্ষীৰ
শিৱসাগৰত যানবাহন আৰক্ষী উদ্যোগত পথ সুৰক্ষা সজাগতা অভিযান ।
ফাকুৱা দুৰ্ঘটনামুক্ত কৰাৰ লক্ষ্যৰে আৰক্ষী সঞ্চালক প্ৰধান জে পি সিং য়ে ৰাজ্যৰ সকলো আৰক্ষীলৈ বিষয়ালৈ নিদেৰ্শনা জাৰি কৰি যোৱাকালি এটা টুইত কৰিছিল ।
য’ত উল্লেখ কৰা আছিল ফাকুৱা দুৰ্ঘটনামুক্ত কৰাৰ লক্ষৰে যান -বাহনৰ বহুকেইটা নীতিনিয়ম মানি চলিবলৈ আহ্বান জনাই ।
সেয়েহে এই আহ্বান মৰ্মে আজি শিৱসাগৰ আৰক্ষী দ্বাৰা এটা সজাগতা ৰেলি বাহিৰ কৰা হয় ।
