মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক।
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই শেষ হৈ গৈছে হিন্দু -মুছলমানৰ ভাতৃত্ববোধ।
ড০হিমন্ত বিশ্ব শৰ্মা Over Confidence হৈ আছে কোনো Politicanৰ বাবে Over Confidence ভাল নহয়।
এতিয়াও অসমৰ ৯৯ শতাংশ মানুহ চেকুলাৰ মনোবৃত্তিৰ।
হিন্দুৰাষ্ট্ৰ প্ৰসংগতো প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হাতত কোনো এজেণ্ডা নাই এইবাৰ বিজেপিয়ে এজেণ্ডা হিচাপে বাচি ল’ব হিন্দুৰাষ্ট্ৰৰ প্ৰসঙ্গ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা সাংসদ আজমলৰ।
আৰু লগতে এই কথা উল্লেখ কৰে মুছলমানসকল বিপথে পৰিচালিত কৰিছে অখিল গগৈয়ে, অখিল গগৈ এজন ফাল্টু মানুহ।
সাংসদ বদৰুদ্দিন আজমল বিলাসীপাৰা, সাপটগ্ৰামত উপস্থিত হৈ এনেধৰণৰ মন্তব্য কৰে।
