বকোত ডাম্পাৰ আৰু ৰলাৰ’ৰ মাজত প্ৰচণ্ড খুন্দা। কথমপি প্ৰান ৰক্ষা দুয়োৰে চালকৰ।
বকো’ বন্দাপাৰা তিনিআলিত পথ দুৰ্ঘটনা। গোৱালপাৰা অভিমুখী ডাম্পাৰে খুন্দিয়াই পথাৰত বগৰাই দিলে ৰলাৰ’ক। কথমপি প্ৰাণ ৰখা ৰলাৰ চালকৰ লগতে ডাম্পাৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ডাম্পাৰ খনৰ নম্বৰ হ’ল AS25FC1142
