গেলেকীৰ আঠখেলত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা এটা ঘটনা

গেলেকীৰ আঠখেলত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা এটা ঘটনা

ৰাজ্য চৰকাৰৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে গেলেকীৰ আঠখেলত সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ ঘটনা ।।

গেলেকীৰ আঠখেলত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা ঘটনা ।।

আঠখেল বাগিছাৰ 7 নং লাইনৰ অজয় চাহু নামৰ এজন যুৱকে অসৎ চৰিতাৰ্থ পুৰণৰ চেষ্টা কৰিলে এগৰাকী কিশোৰীক ।।

দোকানলৈ নিয়াৰ প্ৰলোভনেৰে বাগানৰ মাজলৈ নি অসৎ চৰিতাৰ্থ পুৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে অজয় চাহু নামৰ যুৱকজনৰ বিৰুদ্ধে ।।

ইতিমধ্যে ভূক্তভুগী কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত গেলেকী আৰক্ষী থানাই যুৱকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *