দৰঙৰ দলগাঁও ৰাজহ চক্ৰ কাৰ্য্যালয় প্ৰাংগনত গৰুখুটিৰ উচ্ছেদিত পৰিয়ালৰ সংস্থাপনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

দৰঙৰ দলগাঁও ৰাজহ চক্ৰ কাৰ্য্যালয় প্ৰাংগনত গৰুখুটিৰ উচ্ছেদিত পৰিয়ালৰ সংস্থাপনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল দলগাঁও ৰাজহ চক্ৰ কাৰ্য্যালয় প্ৰাংগন

গৰুখুটিৰ ঢলপুৰৰ উচ্ছেদিত পৰিয়ালক দলগাঁৱৰ শ্যামপুৰ আৰিমাৰীত ঘৰ , নগদ ধন ৰাস্তা ঘাট ।শিক্ষানুষ্ঠান ইত্যাদিৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ সংস্থাপনৰ বাবে আনিছিল যদিও আজি এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতো প্ৰতিশ্ৰুতি সমূহ কাৰ্য্যকৰীকৰণ কৰা নাই চৰকাৰে

যাৰ প্ৰতিবাদত আৰু চৰকাৰৰ প্ৰতিশ্ৰুতি কাৰ্য্যকৰীকৰণৰ দাবীত শহস্ৰাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *