ওদালগুৰি জিলাৰ কলাইগাঁও নিকটবৰ্তী মাজৰচুবাত চাৰিচকীয়া বাহন পানীত পৰি দুৰ্ঘটনাগ্ৰস্ত

ওদালগুৰি জিলাৰ কলাইগাঁও নিকটবৰ্তী মাজৰচুবাত চাৰিচকীয়া বাহন পানীত পৰি দুৰ্ঘটনাগ্ৰস্ত । কলাইগাঁও,ওদালগুৰি সংযোগী বানে বিধস্ত কৰা পথত ভয়াবহ পথ দুৰ্ঘটনাত পতিত হয় এখন ব্যক্তিগত চাৰি চকীয়া বাহন
যোৱা বানপানীত ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলাইগাঁও নিকটবৰ্তী অঞ্চল বোৰ বানপানীৰ কবলত পৰে ফলত বিভিন্ন থাইত ৰাস্তা ঘাট দলং সম্পূৰ্ণ ৰূপে পানীৰ প্ৰবল সোঁতত চিঙি যায় ।
ওদালগুৰি যোৱা কলাইগাঁও নিকটবৰ্তী মাজৰচুবা গাঁৱত মূল পথটো চিঙি যোৱাৰ ফলত আজিৰ এই দুৰ্ঘটনাতো সংঘটিত হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *