সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া আজমলৰ বিৰুদ্ধে

সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া
ধুবুৰী লোকসভাৰ সাংসদ তথা মৌলানা
বদৰুদ্দিন আজমলে ধৰ্ম আৰু মহিলাক লৈ যি বিতৰ্কিত তথা অশালীন আৰু সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই ৰাইজৰ মাজত যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি আছে, সেয়া অতিশয় দুৰ্ভাগ্যজনক বুলি সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

এনে অশালীন মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে সাংসদ নৱ কুমাৰ শৰণীয়া। অনতিপলমে আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ চৰকাৰ তথা আইন-প্ৰশাসনক অনুৰোধ জনাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *