লখিমপুৰৰ বিহপুৰিয়াত পাচআলিত ভয়ানক অগ্নিকাণ্ড

লখিমপুৰৰ বিহপুৰিয়াত পাচআলিত ভয়ানক অগ্নিকাণ্ডত চাৰিখনকৈ দোকান ভস্মীভুত হোৱাৰ লগতে দোকানৰ ভিতৰতে এজন ব্যৱসায়ীয়ে অগ্নিদগ্ধ হৈ মৃত্যুক সাবতি ললে । জানিব পৰা মতে অগ্নিকাণ্ডত পাচআলিৰ ব্যবসায়ী প্ৰবোধ গোহাঁই প্ৰদীপ চেতিয়া অজিত ফুকন আৰু ৰঙাই গগৈৰ দোকান কেইখন জ্বলি ভস্খীভুত হোৱাৰ লগতে দোকানৰ ভিতৰতে ৰঙাই গগৈ নামৰ ৫৮ বছৰীয়া ব্যবসায়ী জন অগ্নিদগ্ধ হৈ মৃত্যুক সাবতি লয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *