পুতেকে কাঠৰ টুকুৰাৰে কোবাই কোবাই হত্যা কৰিলে নিজ পিতৃক



জুৰীয়াৰ মেলেকাধিংত ভয়ঙ্কৰ হত্যাকাণ্ড
পুতেকে কাঠৰ টুকুৰাৰে কোবাই কোবাই হত্যা কৰিলে নিজ পিতৃক
পুত্ৰ ছাজাহানে ড্ৰাগছ কিনিবলৈ টকা বিচৰাত পিতৃ মাইনুল হকে অমান্তি হোৱাত প্ৰথমে কাজিয়াৰ সুত্ৰপাত হয়
পিছত ছাজাহানে কাঠৰ টুকুৰাৰে আক্ৰমণ কৰে নিজ পিতৃ মাইনুল হকক
ইতিমধ্যে ঘটনাস্হলীত দগাও আৰক্ষী উপস্হিত হৈ তদন্ত আৰম্ভ কৰিছে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *