চিৰাঙৰ বাসুগাঁৱত ছাত্ৰী অশালীন ব্যৱহাৰ কৰা শিক্ষকক ৰাইজৰ লপা থপা।



চিৰাঙৰ বাসুগাঁৱত ছাত্ৰী অশালীন ব্যৱহাৰ কৰা শিক্ষকক ৰাইজৰ লপা থপা।
বাসুগাঁৱতৰ ৰাজা অজিত নাৰায়ণ দেৱ ছোৱালী এম ই স্কুলত সংঘটিত হৈছে এই ঘটনা।
বিদ্যালয় খনৰ হিন্দী বিভাগৰ শিক্ষক দীপক ভকত নামৰ লম্পতটোৱে পাঠ দান কৰাৰ চলেৰে সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক যৌন নিৰ্যাতন চলায়।
উক্ত ঘটনা পৰিয়ালৰ লোকে জানিব পৰাত আজি বিদ্যালয় খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে উত্তেজিত ৰাইজে লপা থপা দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *