বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষীৰ দুখীয়া মানুহক উপহাৰ।

বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষীৰ দুখীয়া মানুহক উপহাৰ।

জিলা সদৰ হাটশিঙিমাৰীৰ পৰা ১৫০ কম্বল বিতৰণ আৰক্ষী অধীক্ষক হৰেন টকবিৰ ।

জিলা খনৰ প্ৰতিটো আৰক্ষী থানা আৰু আৰক্ষী চকীত দুখীয়া মানুহৰ মাজত বিতৰণ কৰিব আৰক্ষীয়ে কম্বল।

বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কেইবাটাও কাৰ্য্যসূচী হাতত লৈছে।

জিলা খনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে জিলা প্ৰশাসনে।

আজি জিলা সদৰ হাটশিঙিমাৰীত আৰক্ষী অধীক্ষক হৰেন টকবিয়ে দুখীয়া আৰু দৰিদ্ৰ মানুহৰ মাজত ১৫০ খন কম্বল বিতৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *