লিডুৰ পাটকাই পাহাৰৰ দুৰ্গম স্থানত তিনি কয়লা চোৰ শ্ৰমিক মৃত্যু


তিনিচুকীয়া জিলাৰ লিডুৰ পাটকাই পাহাৰৰ দুৰ্গম স্থানত তিনি কয়লা চোৰ শ্ৰমিক মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ দাবী আমছুৰ ।
আমছুৰ  তিনিচুকীয়া জিলা সমিতিৰ  সভাপতি ফিৰোজুৰ ৰহমানে অবৈধ কয়লা খনন আৰু শ্ৰমিক নিয়োজিত কৰা বিষয়টোৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনালে ।
মাৰ্ঘেৰিটা লিডু অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ ঘটনাৰ পিছত তৎপৰ আৰক্ষী ।
তিনি শ্ৰমিকৰ মৃত্যুৰ পাছত মৃতদেহ উদ্ধাৰ কৰি আটক কয়লা মাফিয়া সহ মুঠ 5 জনক ।
আৰক্ষীয়ে সোধ পোচৰ অন্তত
বিজন ৰয়  ৰানা দাস
আনোৱাৰ হুচেইন উৰফে চুফি বাবা সহ ৫ জনক আজি আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *