বিতৰ্ক‌ই যেন লগ এৰা নাই গেলেকিস্থিত পাঞ্জাৱ নেচনেল বেংকৰ

বিতৰ্ক‌ই যেন লগ এৰা নাই গেলেকিস্থিত পাঞ্জাৱ নেচনেল বেংকৰ ।।

ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে গেলেকীৰ পঞ্জাৱ নেচনেল বেংকৰ শাষা ।।

প্ৰত্যেকবাৰে ন-ন অভিযোগ গ্ৰাহকৰ শাখাটোৰ বিৰুদ্ধে ।।

পূৰ্বতে এই শাষাৰ অধীনস্থ গ্ৰাহক সেৱা কেন্দ্ৰ‌ই বহু সমস্যাত পেলাইছিল একাংশ দৰিদ্ৰ গ্ৰাহকক ।।

এইবাৰ খোদ শাখাটোৰ কৰ্মচাৰীৰ কৰ্মৰাজিৰ বাবে সমস্যাত পৰিব লগা হৈছে সাধাৰণ গ্ৰাহকৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী ।।

KYC UPDATED ৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া হৈছে একাংশ গ্ৰাহকে ।।

মাহৰ পাছত মাহ ওকলি যোৱাৰ পাছতো KYC UPDAT নোহোৱাৰ অভিযোগ উত্থাপন হৈছে গেলেকীৰ শাখাটোৰ বিৰুদ্ধে ।।

KYC UPDATE নোহোৱাৰ বাবে সমস্যাত পৰিছে সাধাৰণ গ্ৰাহক ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *