সদৌ অসম সংখ্যাসঘু ছাত্ৰ ইউনিয়ন (আমছুৰ ) দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ 2ঘন্টীয়া “”অৱস্হান ধৰ্মঘট

সদৌ অসম সংখ্যাসঘু ছাত্ৰ ইউনিয়ন (আমছুৰ ) দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ 2ঘন্টীয়া “”অৱস্হান ধৰ্মঘট “” :::

সদৌ অসম সংখ্যাসঘু ছাত্ৰ ইউনিয়ন (আমছুৰ ) দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ তৰফৰ পৰা আজি দক্ষিণ শাকমাৰা মানকাচৰ জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মূখত দিনৰ 11.00 বজাৰ পৰা 1. 00 বজালৈ এখন 2 ঘন্টীয়া “”অৱস্হান ধৰ্মঘট “” কাৰ্য্যসূচী অনুষ্ঠিত হয় ! সিহঁতৰ দাবী সমূহ আছিল –

1. ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি প্ৰদান কৰা !

2. স্কুল সমূহত শিক্ষক বদলিকৰণৰ আগত সেইস্হানত শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰক !

3. ভূিমিহীন লোকক ভূমি পত্তা প্ৰদান কৰক আৰু উচ্ছেদিত লোকক পুনৰ সংস্হাপিত কৰক !

4. অৰুণাচল প্ৰদেশত মত্যুবৰণ কৰা শ্ৰমিকসকলক 5(পাচঁ) লাখকৈ সাহায্য প্ৰদান কৰক তথা নিখোঁজ হৈ থকা শ্ৰমিকসকলৰ সন্ধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহন কৰক !

5. জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰক !
6. আকাশলংঘী মূল্যবদ্ধি ৰোধ কৰক !

7. বহিঃৰাজ্যত কৰ্মত নিয়োজিত অসমৰ শ্ৰমিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰক !

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *