গুলীয়াই হত্যা কৰিলে মাতৃক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ১৬ বছৰীয়া এটি কিশোৰে গুলীয়াই হত্যা কৰে মাতৃক।

এই ঘটনা বুধবাৰে পোহৰলৈ আহে। আৰক্ষীয়ে জনাই যে পাবজি খেলত আসক্ত আছিল কিশোৰ জন। কিন্তু তেওঁৰ মাতৃয়ে বাধা দিছিল পাবজি খেলাত।যাৰ বাবে পিতৃৰ পিষ্টলেৰে গুলীয়াই হত্যা কৰে মাতক। কিশোৰ জনে প্ৰায় ৩ দিন ধৰি মাতৃৰ মৃতদেহ কোঠাত লুকুৱাই থৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *