লামডিং ৰে’ল জংচনত অঘটন।

লামডিং ৰে’ল জংচনত যাত্ৰীৰ মৃত্যু।

৩ নম্বৰ প্লেটফৰ্মত হঠাৎ ঢলি পৰি মৃত্যু যাত্ৰীগৰাকীৰ।

মৃত্যু হোৱা যাত্ৰীগৰাকীৰ উত্তৰপ্ৰদেশৰ নৰেশ ৰাজপুত।

প্ৰচণ্ড গৰমৰ বাবে ৰক্তচাপ বৃদ্ধি হোৱাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ।

মৃতদেহটো উদ্ধাৰ কৰে ৰে’ল আৰক্ষী আৰু RPF- য়ে।