জুৱাৰ বিৰূদ্ধে নগাঁৱৰ জুৰীয়াৰ আৰক্ষীৰ সফল অভিযান।

নগদ ধন আৰু জুৱাত ব্যৱহৃত সামগ্ৰী সহ আটক দুই জুৱাৰী।

এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া তাৰাংৰ নেতৃত্বত জুৰীয়াৰ কাষৰীত চলিছিল অভিযান।

ধৃত জুৱাৰী দুটা ক্ৰমে ওমৰ ফাৰুক আৰু আনচাৰুল ইছলাম।

সম্প্ৰতি জুৰীয়া আৰক্ষীয়ে ধৃত জুৱাৰী দুটাক জেৰা অব্যাহত ৰাখিছে।