আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাত পুনৰ আৰম্ভ ফেৰী সেৱা।

সোমবাৰৰ পৰা ৩ দিনৰ বাবে বন্ধ আছিল ফেৰী সেৱা।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বন্ধ আছিল ফেৰী সেৱা।

পুৱা ৬ বজাৰ পৰা পুনৰ মুকলি কৰি দিয়া হৈছে ফেৰী সমূহ।