বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক৷ তামিলনাডুত সন্ধানহীন গৌৰীসাগৰৰ অনন্ত বৰা নামৰ যুৱকজন৷ ১৩ ফেব্ৰুৱাৰীত তামিলনাডুলৈ ৰাওনা হৈছিল যুৱকজন৷ তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন৷