Home উত্তৰ-পূৱ বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ উত্তৰ-পূৱ বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ By Dipshikha - April 28, 2024 61 Facebook Twitter Pinterest WhatsApp বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ৷ ছত্তীশগড়ৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক৷ সম্প্ৰতি মুম্বাই আৰক্ষীৰ SITৰ জিম্মাত আছে অভিনেতাগৰাকী৷ বেটিং এপ কেলেংকাৰিৰে সাঙোৰ খাইছিল অভিনেতাগৰাকীৰ নাম। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading... RELATED ARTICLESMORE FROM AUTHOR নগাঁৱত ড্ৰাগছ সহ এজন গ্ৰেপ্তাৰ ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ তামাৰহাটত নিশা শোকাৱহ পথ দুৰ্ঘটনা Latest article টাটা মটৰ্ছে আগবঢ়াইছে এচ ইভি ১০০০, বৃদ্ধি কৰিছে ই-কাৰ্গো গতিশীলতা সমাধান Business Bureau - May 13, 2024 0 ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে সম্পূৰ্ণ নতুন এছ ইভি ১০০০ মুকলি কৰি নিজৰ ই-কাৰ্গো মবিলিটী সমাধান শক্তিশালী কৰি তুলিছে। অন্তিমটো প্ৰান্তলৈকে... ফ্লিপকাৰ্টে প্ৰৱৰ্তন কৰিছে নতুন প্ৰতিযোগিতামূলক আৰু সৰলীকৃত ৰেট কাৰ্ড Business Bureau - May 13, 2024 0 দেশৰ ঘৰুৱা ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে নিজৰ প্লেটফৰ্মত বিক্ৰেতাৰ অভিজ্ঞতাৰ ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু অধিক স্পষ্ট বা সহজভাৱে লেনদেন কৰিবলৈ সম্পূৰ্ণ নতুন সৰলীকৃত ৰেট... নগাঁৱত ড্ৰাগছ সহ এজন গ্ৰেপ্তাৰ Dipshikha - May 13, 2024 0 নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ অংশ হিচাবে আজি দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মৰিকলং অঞ্চলত নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। অভিযানৰ...