দেৰগাঁৱৰ কুমলীয়া চাপৰিত পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি৷

নাতিয়েকক বচাবলৈ গৈ ককাকৰ মৃত্যু৷

পুত্ৰ তাম পাওৰ হাতত প্ৰাণ গ’ল পিতৃ দীঘলা পাওৰ৷

নিজৰ ৪ বছৰীয়া কণমানি সন্তানটিক প্ৰহাৰ কৰিছিল তাম পাওৱে৷