ডিব্ৰুগড় ২নং পদুম নগৰত ভয়ংকৰ দুৰ্ঘটনা।



ডিব্ৰুগড় ২নং পদুম নগৰত ভয়ংকৰ দুৰ্ঘটনা।ৰেল লাইন পাৰ হব খুজোঁতেই ৰেলে মহতিয়াই নিয়ে এজন AS 06 Y 1587 নম্বৰৰ স্কুতি আৰোহিক । ৰেলে মহতিয়াই নিয়াত লোক জন থিতাতে নিহত হয়।জানিব পৰা মতে নিহত লোকজন নাম প্ৰকাশ কুমাৰ সিংহা ।সুৰুজ মল বালিকা বিদ্যালয়ৰ শিক্ষক আছিল।স্কুলৰ পৰা ঘৰৰ অভিমুখে আহোঁতে দুৰ্ঘটনাত পতিত হয়। নিহত লোক জনৰ বয়স ৪২ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *