গোলাঘাটৰ পুলিবৰত চাঞ্চল্যকৰ ঘটনা

গোলাঘাটৰ পুলিবৰত চাঞ্চল্যকৰ ঘটনা।

ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষী কনিষ্টবলৰ মৃতদেহ।

মৃত আৰক্ষী কনিষ্টবলজন ৰাণা বীৰ চ’ৰেণ।

পুলিবৰস্থিত আৰক্ষী নিৱেশৰ চৌহদৰ পুখুৰীত উদ্ধাৰ মৃতদেহটো।

নিৰ্বাচনৰ বাবে কোকৰাঝাৰৰ পৰা গোলাঘাটলৈ আহিছিল কনিষ্টবলজন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *