কলগাছিয়াৰ সত্ৰ মইনবৰীত অঘটন।

বজ্ৰ পৰি কিশোৰীৰ মৃত্যু।

মৃত কিশোৰীগৰাকী নুৰেজা খাতুন।

ঘৰলৈ গৰু আনি থাকোঁতেই সংঘটিত এই ঘটনা।

নৱম শ্ৰেণীত অধ্যয়নৰত আছিল নুৰেজা।

ছাত্ৰীগৰাকী মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।