সাপটগ্ৰাম নগৰত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল ৰথ যাত্ৰা।

সাপটগ্ৰাম নগৰত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল ৰথ যাত্ৰা।

কংগ্ৰেছৰ পিছত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰথ যাত্ৰা।
আজাদিকা অমৃতকা মহাউৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে উলিয়ালে এক বিশাল ৰথ যাত্ৰা।
এই যাত্ৰাত উপস্থিত থাকে ধুবুৰী জিলাৰ পূব সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি , অনুসুচিত জাতি মৰ্চাৰ সভাপতি সম্পাদক,সাপটগ্ৰাম মণ্ডলৰ সভাপতি সম্পাদক লগতে সাপটগ্ৰাম নগৰ মণ্ডলৰ চেয়াৰ পাৰছেন ,ওৱাড কমিশ্যনৰ , মহিলা মৰ্চা, অনুসূচিত জনজাতিৰ মৰ্চা আৰু লগতে কেইবা শতাধিক ৰাইজ।
গোলগঞ্জৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে আৰু শদিয়া লৈ এই যাত্ৰা চলিব বুলি মন্তব্য কৰে।
গৌৰীপুৰৰ পৰা সাপটগ্ৰামলৈ ৩৫কিলোমিটাৰ যাত্ৰাৰ অন্তত সাপটগ্ৰাম বজাৰ দুৰ্গা মন্দিৰত এখন “গাঁও সম্পৰ্ক অভিযান”বাবে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে।

এ এফ ডি ছিৰ ভাইচ চেয়াৰমেন নৱাকৰ মেধী ডাঙৰীয়াই মন্তব্য ৰাজ্যিক আৰু কেন্দ্ৰীয় সিদ্ধান্ত মৰ্মে কৰে এই যাত্ৰা অনুসূচিত জনজাতিৰ 75হাজাৰ গাওঁত যাব আৰু চৰকাৰী আঁচনি সমুৰ দ্বাৰা কেনে ধৰণৰ লবোম্বিত হল আৰু কেনে কৈ সাধাৰণ ৰাইজক লাবম্বিত কৰা যাব তাৰ পয্যায়বেক্ষণ কৰিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *