সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ

সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ সাধাৰণ সভাত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ।

ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই যেতিয়ালৈকে ইচ্ছা কৰে তেতিয়ালৈকে তেওঁ AASU ৰ মজিয়াত সন্মানীয় স্থানত বিৰাজমান হৈ থকাৰ প্ৰস্তাৱ

শিক্ষাত মাধ্যম বিতৰ্ক পৰিহাৰ কৰি চৰকাৰে বিষয়টোত হাত নিদিবলৈ প্ৰস্তাৱ

কা সন্দৰ্ভত AASU ৰ স্থিতি স্পষ্ট কৰি কা বাতিল কৰাৰ পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ

নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ।
অসমৰ কেইবাখনো বিশ্ব বিদ্যালয়ৰ শৈক্ষিক মান দণ্ডক লৈ AASU ৰ অসন্তুষ্টি।শীঘ্ৰেই এনে বিশ্ব বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ

অসমক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবই লাগিব।ইয়াক লৈ প্ৰস্তাৱ

প্রাৰ্থমিক পৰ্য্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত কাৰিকৰী আৰু অ কাৰিকৰী বিভাগৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰৰ সমস্যা সমাধানৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ

গুনুৎসৱ পাতিলেই নহব,NAAC ৰ দৰে এখন উচ্চ স্তৰীয় বিদ্যালয় মূল্যাংকন আয়োগ গঠনৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ
আদি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ লখিমপুৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাত

ইয়াৰ লগতে ৰাজ্য চৰকাৰে লাচিতৰ ৪০০বছৰীয়া জন্ম জয়ন্তী ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকাই তোলা প্ৰয়াসক উচ্চ প্ৰশংসা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে aasu নেতৃত্বৰ ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *