গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী

গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী।

নিৰুদ্দেশ হৈ থকা কৰ্মচাৰীজন ফখৰুদ্দিন আহমেদ।

১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ওলাই গৈছিল ফখৰুদ্দিন আহমেদ।

ঘৰৰ পৰা ওলাই অহাৰ পাছৰ পৰাই সন্ধান নাই কর্মচাৰীজনৰ।

ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু পৰিয়ালৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *