যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পৱন খেড়া

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পৱন খেড়া।

পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই।

এইবাৰ হায়দৰাবাদ পালেগৈ অসম আৰক্ষী
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াক বিচাৰি অভিযান।
মঙলবাৰে দিল্লীলৈ খেড়াক বিচাৰি গৈছিল আৰক্ষীৰ দল।
খেড়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰিছিল গোচৰ।
সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপন কৰিছিল বহু কেইটা অভিযোগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *