শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা

এজনৰ থিতাতে মৃত্যু

গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা  মহানগৰীৰ আৰ্য নগৰৰ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুত  শণিবাৰে পুৱাই সংঘটিত হৈছে এই দুৰ্ঘটনা । এখন বেলেনো বাহনে মহটিয়াই নিলে অটোৰিক্সা। সুৰাসক্ত চালকৰ অতপালিত নিঃশেষ এটা পৰিয়ালৰ সপোন ।ভয়ংকৰ দুৰ্ঘটনাটোত নিহত অটো চালক তপন কলিতা। বৰ্তমান GMCH ৰ মৰ্গত আছে তপন কলিতাৰ নশ্বৰদেহ। অটোখনৰ আৰোহী গীতাঞ্জলী নামৰ মহিলাগৰাকীকো GMCH ত ভৰ্তি। সুৰাসক্ত অৱস্থাত আছিল বেলেনোখনৰ চালক ললিত ৰায়।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *