ধৰ্মীয় ৰীতি-নীতিৰে পুৰীত অনুষ্ঠিত পবিত্ৰ দেৱস্নান পূৰ্ণিমা যাত্ৰা

ধৰ্মীয় ৰীতি-নীতিৰে পুৰীত অনুষ্ঠিত পবিত্ৰ দেৱস্নান পূৰ্ণিমা যাত্ৰা ৷ বৈদিক গীত, শংখ ধ্বনিৰে মুখৰিত পুৰী ৷
প্ৰচলিত ৰীতি নীতি অনুসৰি পুৰীৰ জগন্নাথ মন্দিৰত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ স্নান যাত্ৰা আয়োজন কৰা হয় ৷

বৈদিক গীত, শংখ ধ্বনি ধৰ্মীয় ৰীতি-নীতিৰে ‘পাহাণ্ডী’ এক শোভাযাত্ৰ বাহিৰ কৰে ৷ এই শোভাযাত্ৰাতে ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ, দেৱী সুভদ্ৰা আৰু সুদৰ্শনক গৰ্ভগৃহৰ পৰা স্নান মণ্ডপলৈ লৈ যোৱা হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *