গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত কাৰাটে প্ৰতিযোগিভতাত গুৱাহাটীৰ লংকেশ্বৰ কাৰাটে গীল্ডে বিশেষ সাফল্য লাভ কৰে ।
প্ৰশিক্ষক খগেন কলিতা আৰু ৰাব্বাৰ তত্বাৱধানত অংশগ্ৰহণ কৰা দলটোৰ ভিতৰত কৃশাংগী দাসে ৰূপ আৰু ব্ৰঞ্জৰ , উপাস্যা কাশ্যপে ( বাবলী ) ৰূপ , প্ৰতিস্মিতা দাসে ৰূপ, দুৰ্লভকান্তি কলিতা আৰু ধৃতিমান ডেকাই ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
