হাইলাকান্দি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

হাইলাকান্দি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ১৪ হাজাৰ নিচাযুক্ত টেবলেটসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰমূল্য প্ৰায় ৬০ লাখ। মিজোৰামৰ পৰা হাইলাকান্দিলৈ সৰবৰাহ কৰিছিল টেবলেটখিনি। ৰামনাথপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজিজুৰ ৰহমান। ধৃত সৰবৰাহকাৰীটোৰ ঘৰ শ্ৰীভূমিৰ পাথাৰকান্দিত। আৰক্ষীয়ে জব্দ কৰিছে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা বাহনখন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *