৮০ কোটি টকাৰ ড্ৰাগছ সৰবৰাহৰ গোচৰত NIAৰ জালত শিলচৰৰ নুৰুল হক

৮০ কোটি টকাৰ ড্ৰাগছ সৰবৰাহৰ গোচৰত NIAৰ জালত শিলচৰৰ নুৰুল হক। শিলচৰৰ ছেকেণ্ড লিংক ৰোডৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ সৰবৰাহকাৰীটোক। দীৰ্ঘদিন ধৰি নুৰুল হকৰ সন্ধানত আছিল তদন্তকাৰী সংস্থাটো। অধিক তদন্তৰ বাবে NIRৰ দলে মিজোৰামলৈ নিয়ে নুৰুলক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *