ব্যৱসায়

ব্লেকবেৰীয়ে প্ৰতিভাশালী অভিনেতা ৰণদীপ হুডাক লৈ আৰম্ভ কৰিছে আন্তৰিকতাৰে পিতৃ দিৱস অভিযান

ব্লেকবেৰীয়ে প্ৰতিভাশালী অভিনেতা ৰণদীপ হুডাক লৈ আৰম্ভ কৰিছে আন্তৰিকতাৰে পিতৃ দিৱস অভিযান

একেৰাহে তিনি দশকৰো অধিক সময় ধৰি গুণগত মান আৰু উদ্ভাৱনৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত সমসাময়িক ভাৰতীয় পুৰুষৰ কাপোৰৰ আগশাৰীৰ ব্ৰেণ্ড ব্লেকবেৰীয়ে জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো পিতৃসকলে সন্তানক #KeepRising কৰিবলৈ অনুপ্ৰাণিত কৰাৰ শক্তিক স্বীকৃতি প্ৰদান কৰি উদযাপন কৰিছে পিতৃ দিৱস। এইবাৰৰ পিতৃ দিৱস উদযাপন কৰি ব্লেকবেৰীয়ে সুদৰ্শন অভিনেতা ৰনদীপ হুডা আৰু  পিতৃ ৰণবীৰ হুডাক লৈ এক হৃদয়স্পৰ্শী পিতৃ দিৱস অভিযান মুকলি কৰিছে। এই ব্ৰেণ্ডটোৱে শক্তিশালী, আত্মবিশ্বাসী পিতৃসকলক বিশেষ গুৰুত্ব প্ৰদান কৰিছে, যিয়ে নিজৰ সন্তানক জীৱনৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিবলৈ সৰ্বোচ্চ উজাৰি দিয়ে।ভাৰতৰ ‘ফিট এক্সপাৰ্ট’ ৰূপে পৰিচিত ভাৰতীয় পুৰুষৰ পোছাক ব্ৰেণ্ড ব্লেকবেৰীয়ে আৰম্ভ কৰিছে পিতৃ দিৱসৰ কেম্পেইন,  য’ত এজন অভিনেতাই পিতৃৰ ডেউকাৰে…
Read More
টাটা মটৰ্ছে মেজিক বাই-ফুৱেল মুকলি কৰে, অন্তিম মাইল পৰিবহনত বৈপ্লৱিক পৰিৱৰ্তন আনিছে

টাটা মটৰ্ছে মেজিক বাই-ফুৱেল মুকলি কৰে, অন্তিম মাইল পৰিবহনত বৈপ্লৱিক পৰিৱৰ্তন আনিছে

উত্তৰ প্ৰদেশৰ ব্যস্ত ৰাজপথৰ পৰা কেৰালাৰ বৈচিত্ৰ্যময় অঞ্চললৈ টাটা মেজিকে শেষ মাইল যাত্ৰাত সমগ্ৰ দেশৰ লাখ লাখ যাত্ৰীক সফলতাৰে পৰিবহনৰ সুবিধা প্ৰদান কৰিছে। এই পৰিবহন অভিজ্ঞতাক আৰু অধিক বৃদ্ধি কৰিবলৈ কোম্পানীটোৱে শেহতীয়াকৈ টাটা মেজিকে মুকলি কৰিছে বাই-ফুৱেল। মূল্য সংযোজিত সুবিধাসমূহৰ সৈতে বিশ্বাসযোগ্য পৰিৱেশনক নিৰৱচ্ছিন্নভাৱে সংমিশ্ৰণ কৰি এই বাহনখনে চালক আৰু যাত্ৰী উভয়ৰে বিকশিত প্ৰয়োজন আৰু পছন্দসমূহ পূৰণ কৰিব। শেহতীয়াকৈ মুকলি কৰা টাটা মেজিক বাই-ফুৱেলক যাত্ৰী আৰু চালকৰ বাবে একেধৰণে আদৰ্শ পছন্দ কৰি তোলাৰ ৫টা কাৰণ তলত উল্লেখ কৰা হৈছে। উদ্ভাৱনীমূলক আইচিএনজি প্ৰযুক্তি: টাটা মটৰ্ছৰ মেজিক বাই-ফুৱেল উন্নত আইচিএনজি প্ৰযুক্তিৰে সজ্জিত, যিয়ে চিএনজি আৰু পেট্ৰ’লৰ মাজত নিৰৱচ্ছিন্ন চুইটচ(সালসলনি) নিশ্চিত কৰে। ইয়াৰ…
Read More
ইঞ্চিউৰেন্সে ব্যক্তিসকলক এই পিতৃ দিৱসত দেউতাকৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ আহ্বান  কেয়াৰ হেল্থ ইঞ্চুৰেন্সৰ

ইঞ্চিউৰেন্সে ব্যক্তিসকলক এই পিতৃ দিৱসত দেউতাকৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ আহ্বান  কেয়াৰ হেল্থ ইঞ্চুৰেন্সৰ

এই পিতৃ দিৱসত কেয়াৰ হেল্থ ইঞ্চুৰেন্সে সকলোকে সক্ৰিয়তাৰে নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু ব্যায়ামৰ বিধিসমূহ বজাই ৰাখি পিতৃৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। কিয়নো সাধাৰণতে উচ্চ ৰক্তচাপ বুলি জনাজাত এই হাইপাৰ টেনচনে হৃদৰোগৰ বাবে অন্যতম গুৰুতৰ কাৰক আৰু পূৰ্বে বিশেষ লক্ষণ নেদেখুওৱাৰ বাবে প্ৰায়ে অৱহেলাৰ দৃষ্টিৰে চোৱা হয় বা যত্নৰ কথা নাভাবে। খাদ্যাভ্যাস, অপৰ্যাপ্ত শাৰীৰিক কাম-কাজ, বেছিকৈ মানসিক চাপ সহ্য কৰা আৰু জীৱনশৈলীৰ পৰিৱৰ্তন বা জীৱনৰ মানৰ সৈতে জড়িত জীৱনশৈলীৰ ৰোগ হাইপাৰটেনচনে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু অন্যান্য গুৰুতৰ স্বাস্থ্যজনিত অৱস্থাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ ভয়াৱহ পৰিণতি ৰোধ কৰিবলৈ নিয়মীয়াকৈ স্বাস্থ্যৰ নিৰীক্ষণ আৰু পৰিচালনা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। কেয়াৰ হেল্থ ইঞ্চুৰেন্সে পূৰ্বৰে চিকিৎসা…
Read More
স্থানীয় উন্নয়নত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ অ’এনজিচি

স্থানীয় উন্নয়নত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ অ’এনজিচি

অ'এনজিচিৰ আঞ্চলিক ভূ-বিজ্ঞান লেব (আৰজিএল)ক অসমৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ সন্দৰ্ভত কেইখনমান বাতৰি কাকতত প্ৰকাশিত শেহতীয়া বাতৰি সন্দৰ্ভত অ'এনজিচিয়ে স্পষ্ট কৰি কয় যে বৰ্তমানৰ আৰজিএলক শিৱসাগৰৰ পৰা স্থানান্তৰ কৰাৰ কোনো পৰিকল্পনা নাই। অসমতে আঞ্চলিক ভূ-বিজ্ঞান লেব (আৰজিএল) থকাৰ কথা পুনৰ এবাৰ নিশ্চিত কৰিছে অ'এনজিচিয়ে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমত বৰ্ধিত কাৰ্যকৰী প্ৰয়োজনীয়তা পূৰণ কৰাৰ উদ্দেশ্য যোৰহাটতো উন্নত প্ৰযুক্তিৰে এটা নতুন আৰজিএল নিৰ্মাণ কৰা হৈছে বুলিও উল্লেখ কৰে। যি লেবটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষণ, দক্ষতা বিকাশ আৰু গৱেষণাৰ কামৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ  ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শিৱসাগৰত বৰ্তমান থকা আৰজিএল ভৱনটো পুনৰনিৰ্মাণৰ কাম চলি আছে। অ'এনজিচিয়ে স্থানীয়…
Read More
টাটা নেক্সনে ১ লাখ টকালৈকে মূল্য লাভালাভৰ সৈতে ৭ লাখ বিক্ৰীমাইলৰ খুঁটি চিহ্নিত কৰিছে

টাটা নেক্সনে ১ লাখ টকালৈকে মূল্য লাভালাভৰ সৈতে ৭ লাখ বিক্ৰীমাইলৰ খুঁটি চিহ্নিত কৰিছে

ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰতৰ ১ নং এছইউভি – নেক্সনৰ ৭ লাখ ইউনিট বিক্ৰী উদযাপন কৰিছে। ২০১৭ চনত প্ৰথমবাৰলৈ মুকলি কৰা নেক্সনে ২০২১ চনৰ পৰা ২০২৩ চনলৈকে একেৰাহে ৩ বছৰ ধৰি ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা এছইউভি হিচাপে গৌৰৱ অৰ্জন কৰিছে। তেতিয়াৰ পৰাই এই ধাৰা অব্যাহত আছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত নতুন জেন নেক্সনে ২০২২ৰ বৰ্ধিত প্ৰট’কল অনুসৰি জিএনচিএপি ৫ ষ্টাৰ ৰেটিং লাভ কৰিছিল, একে পথকে অনুসৰণ কৰি চলিত মাহতে Nexon.ev-এ ভাৰত-এনচিএপিৰ পৰা সন্মানীয় ৫ ষ্টাৰ ৰেটিং লাভ কৰিছে। টাটা নেক্সনে এইপৰ্যন্ত বহুচৰ্চিত ৪১টা বঁটা জিনিবলৈ সক্ষম হৈছে, নিজৰ চমকপ্ৰদন প্ৰদৰ্শনেৰে বিক্ৰী ত্বৰান্বিত কৰি মাত্ৰ যোৱা দুবছৰত (২০২২…
Read More
ব্লু ষ্টাৰে ইয়াৰ নতুন বিস্তৃত পৰিসৰৰ ৰুম এচি উন্মোচন কৰে

ব্লু ষ্টাৰে ইয়াৰ নতুন বিস্তৃত পৰিসৰৰ ৰুম এচি উন্মোচন কৰে

ব্লু ষ্টাৰ লিমিটেডে আজি আগন্তুক গ্ৰীষ্মকালীন ছিজনৰ বাবে ‘বেষ্ট-ইন-ক্লাছ এফৰ্ডেবল’ ৰেঞ্জ আৰু ‘ফ্লেগশ্বিপ প্ৰিমিয়াম’ ৰেঞ্জকে ধৰি নিজৰ নতুন বিস্তৃত ৰেঞ্জৰ ৰুম এচি মুকলি কৰিছে। সামগ্ৰিকভাৱে কোম্পানীয়ে ইনভাৰ্টাৰ, ফিক্সড স্পীড আৰু উইণ্ড' এচিৰ বৰ্ণালীত আৰু সকলো গ্ৰাহকৰ প্ৰাইচ পইণ্টসমূহ চিনাক্ত কৰি ১০০ৰো অধিক মডেল মুকলি কৰিছে। অধিক ব্যৱহাৰযোগ্যতা, উপাৰ্জন বৃদ্ধি পোৱা মধ্যবিত্তীয় গ্ৰাহক আৰু এই শ্ৰেণীৰ বিলাসীতাতকৈ অধিক প্ৰয়োজনীয় হৈ পৰাৰ বাবে বজাৰত ৰুম এচিৰ যথেষ্ট চাহিদা দেখা গৈছে। বিশেষকৈ টায়াৰ ২, ৩ আৰু ৪ বজাৰৰ লগতে ৰিপ্লেচমেণ্ট বজাৰত প্ৰথমবাৰৰ বাবে ক্ৰেতাসকলৰ পৰা কোম্পানীটোৱে চাহিদা লাভ কৰিছে। ব্লু ষ্টাৰে এই ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে বহুতো সামগ্ৰী মুকলি কৰিছে, এই এচিসমূহৰ উৎপাদন,…
Read More
এমএছডিই মন্ত্ৰী জয়ন্ত চৌধৰীৰ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ বিস্তৃত পৰ্যালোচনা

এমএছডিই মন্ত্ৰী জয়ন্ত চৌধৰীৰ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ বিস্তৃত পৰ্যালোচনা

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে চলি থকা সকলো আঁচনি আৰু ইয়াৰ বিভাগসমূহৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰে। মন্ত্ৰী চৌধুৰীয়ে বিভিন্ন এমএছডিই বিভাগৰ কাৰ্য-কলাপ, নিজৰ কৃতিত্ব-সাফল্য আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে গভীৰ বুজাবুজি লাভ কৰিবলৈ নিমজ্জিত অধিৱেশনত অংশগ্ৰহণ কৰে। এই পদক্ষেপে মন্ত্ৰালয়ৰ কৌশলগত পদ্ধতি আৰু দক্ষতা বিকাশৰ দিশত ভৱিষ্যতৰ ৰোডমেপ বৃদ্ধিৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল। সমগ্ৰ দেশতে দক্ষতা বিকাশৰ পদক্ষেপসমূহৰ সফল ৰূপায়ণ আৰু সম্প্ৰসাৰণ নিশ্চিত কৰাৰ বাবে এক ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে, দক্ষতা পৰিৱেশ তন্ত্ৰলৈ অধিক পৰিসৰ আৰু নতুন গতি আনিবলৈ আমি অন্যান্য মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ সৈতে সহযোগিতা…
Read More
Punch.ev আৰু Nexon.evলৈ ভাৰত-এনচিএপিৰ ৫-ষ্টাৰ সুৰক্ষা ৰেটিং

Punch.ev আৰু Nexon.evলৈ ভাৰত-এনচিএপিৰ ৫-ষ্টাৰ সুৰক্ষা ৰেটিং

টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান তথা ভাৰতৰ ইভি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে (টিপিইএম) Nexon.ev আৰু Punch.ev-এ  ভাৰত-এনচিএপি ৰ ৫ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰাৰ কথা ঘোষণা কৰিছে। Punch.ev-এ আজিলৈকে যিকোনো বাহনে লাভ কৰা সৰ্বোচ্চ স্ক’ৰ লাভ কৰি মাইলৰ খুঁটি স্থাপন কৰিছে – প্ৰাপ্তবয়স্ক আৰোহী সুৰক্ষা (এঅ'পি) আৰু শিশু আৰোহী সুৰক্ষা (চিঅ'পি)ৰ বাবে ক্ৰমে ৩১.৪৬/৩২ আৰু ৪৫/৪৯ পইণ্ট, Nexon.ev-এ  এঅ’পি আৰু চি অ’পিৰ বাবে ২৯.৮৬/৩২ আৰু ৪৪.৯৫/৪৯ পইণ্ট অৰ্জন কৰিছে। এই ৰেটিঙৰ লগে লগে টাটা মটৰ্ছ এতিয়া ভাৰত-এনচিএপি আৰু গ্ল’বেল-এনচিএপিৰ পৰীক্ষণত ৫ ষ্টাৰ লাভ কৰা এছইউভি পৰ্টফলিঅ’ৰ সবাতোকৈ নিৰাপদ ৰেঞ্জ প্ৰাপ্ত একমাত্ৰ অ’ইএম। টাটা মটৰ্ছে ভাৰতীয় বাহন ক্ৰেতাসকলৰ…
Read More
নতুন ৰাজ্যিক(স্বতন্ত্ৰ ভাৰ) মন্ত্ৰী জয়ন্ত চৌধুৰীক স্বাগতম এমএছডিইৰ

নতুন ৰাজ্যিক(স্বতন্ত্ৰ ভাৰ) মন্ত্ৰী জয়ন্ত চৌধুৰীক স্বাগতম এমএছডিইৰ

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ নৱনিযুক্ত ৰাজ্যিক(স্বতন্ত্ৰ) মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে। এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে নতুন মন্ত্ৰীগৰাকীক আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰিছে, নতুন নেতৃত্বই দক্ষতা বিকাশ আৰু উদ্যমিতাৰ পৰিৱেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ আৰম্ভণি ঘটালে। নতুন দিল্লীৰ কৌশল ভৱনত কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানে ভাৰত চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচীত উল্লেখ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰ ইংগিত দিছে। নৱনিৰ্বাচিত মন্ত্ৰী জয়ন্ত চৌধুৰী হৈছে দলিত, পিছ পৰি থকা লোকসকলক মূলসুঁতিৰ উন্নয়নমুখী প্ৰকল্পৰ বাবে একত্ৰিত কৰি প্ৰতিটো খণ্ড আৰু সামগ্ৰিকভাৱে দেশৰ অবিৰত বৃদ্ধি নিশ্চিত কৰাৰ বাবে নিষ্ঠাৰে প্ৰয়াস কৰি আহিছে। জীৱনকালত লাভ কৰা বিস্তৃত অভিজ্ঞতা আৰু জনকল্যাণৰ…
Read More
মেৰিকো বিশেষজ্ঞ ডাঃ শিল্পাভোৰাৰ গৰমৰ দিনত চুলিৰ যত্নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ 

মেৰিকো বিশেষজ্ঞ ডাঃ শিল্পাভোৰাৰ গৰমৰ দিনত চুলিৰ যত্নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ 

ভাৰতৰ গ্ৰীষ্মকাল অতি কঠোৰ, উষ্ণতা আৰু উচ্চ আর্দ্রতাৰ স্তৰে সামগ্রিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। এই সময়ছোৱাত কেৱল আপোনাৰ শৰীৰ আৰু ছালতে নহয়, আপোনাৰ চুলিও বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। অতিৰিক্ত ঘাম আৰু তাপৰ ফলত চুলি শুকাই যায়, যাৰ ফলত চুলি সৰা আৰু ভঙ্গুৰতা বৃদ্ধি পায়। গ্ৰীষ্মকালত আপোনাৰ চুলিৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া আৰু কঠোৰ ইউভি ৰশ্মিৰ পৰা সুৰক্ষা দিয়াটো গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ চুলিত তেল লগোৱাৰ অভ্যাস গঢ়ি তোলাটো আপোনাৰ কামনা কৰা স্বাস্থ্যকৰ চুলিৰ বাবে অতি উপকাৰী হ'ব পাৰে। ইয়ে কঠোৰ গৰমৰ বাবে হোৱা চুলি ম্নান পৰা আৰু শুষ্কতা হ্ৰাস কৰিব। আপুনি সতেজ সুগন্ধি চুলিৰ বাবে পাতল সুগন্ধেৰে পৰিপূৰ্ণ পাতল, তেলেতীয়া নোহোৱা চুলিৰ তেল বাছনি…
Read More