ব্যৱসায়

কোকা-কোলা ইণ্ডিয়াৰ ‘মেড ইন ইণ্ডিয়া’ পুনঃব্যৱহৃত পিইটি পতাকাসমূহৰ জৰিয়তে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ত বহনক্ষম বিজয়ৰ ওপৰত আলোকপাত

কোকা-কোলা ইণ্ডিয়াৰ ‘মেড ইন ইণ্ডিয়া’ পুনঃব্যৱহৃত পিইটি পতাকাসমূহৰ জৰিয়তে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ত বহনক্ষম বিজয়ৰ ওপৰত আলোকপাত

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত ২০২৪ বৰ্ষৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰাৰ সময়ছোৱাত কোকাকোলা ইণ্ডিয়া আৰু আইচিচিয়ে একেলগে দ্বৈত জয় উদযাপন কৰিছে। এই উদযাপনৰ মূলতে হৈছে ‘মেড ইন ইণ্ডিয়া’ ৰাষ্ট্ৰীয় আৰু ক্ৰিকেট ৪ গুড ফ্লেগ, যিবোৰ সম্পূৰ্ণৰূপে পুনঃব্যৱহৃত পিইটি বটলৰ পৰা তৈয়াৰ কৰা হৈছিল, যিয়ে বহনক্ষম উদ্ভাৱনৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ ৰূপে চিহ্নিত হৈছে। ৩৫ মিটাৰ দীঘল আৰু ২০ মিটাৰ বহল প্ৰতিখন দেশৰ পতাকা প্ৰতিযোগিতাখনৰ উদ্বোধনী গীত পৰিৱেশনৰ সময়ত বিশেষভাৱে প্ৰদৰ্শিত হৈছিল, যিয়ে ক্ৰীড়াবিদ আৰু পৰিৱেশ পৰিচালনাৰ সংমিশ্ৰণ প্ৰদৰ্শন কৰিছিল। কোকাকোলা ইণ্ডিয়াৰ বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতা উজ্বল কৰি গ’ ৰিৱাইজ আৰু গণেশা ইক’ভাৰ্ছ লিমিটেডে সংসাধন কৰা প্ৰতিখন …
Read More
শ্বপচিৰ তৃতীয় বাৰ্ষিকী: এক উল্লেখযোগ্য মাইলৰ খুঁটি

শ্বপচিৰ তৃতীয় বাৰ্ষিকী: এক উল্লেখযোগ্য মাইলৰ খুঁটি

ধুমুহাৰ গতিৰে মাত্ৰ ৩ বছৰত ৩৩০ মিলিয়ন লোকে শ্বপচিৰ এপ ডাউনলোডৰ আঁৰত নিহিত হৈ আছে সবলীকৰণ আৰু সমাজখন ৰূপান্তৰৰ এক জীৱন্ত গাঁথা। ভাৰতৰ অগ্ৰণী হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম হিচাপে শ্বপচিয়ে অনলাইন শ্বপিঙক নতুন ৰূপ দিয়াই নহয়, লগতে সমগ্ৰ ভাৰততৰ অগণন লোকৰ জীৱন উন্নীত কৰিবলৈ সক্ষম হৈছে। মুঠ ১,৩০০ শিতানত সুলভ মূল্যৰ সামগ্ৰী প্ৰদান কৰি শ্বপচিয়ে ১৯,০০০তকৈ অধিক পিন কোড অঞ্চলত সেৱা আগবঢ়াই আছে আৰু ফ্লিপকাৰ্টৰ বিক্ৰেতাকে ধৰি ১৪  লাখ বিক্ৰেতাৰ এক সমৃদ্ধিশালী সম্প্ৰদায়ক সমৰ্থন জনাই আহিছে, যাৰ বহুজনে ইতিমধ্যে নিজৰ ব্যৱসায়ৰ উত্তৰণ কৰিবলৈ সক্ষম হৈছে। শ্বপচিৰ ব্যৱসায়িক মুৰব্বী প্ৰত্যুষা আগৰৱালে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, "শ্বপচিৰ সফলতা আমাৰ গ্ৰাহকসকলৰ আস্থা…
Read More
ফ্লিপকাৰ্টে বৃদ্ধি কৰিছে ডিজিটেল পেমেণ্ট অফাৰ, মুকলি কৰিছে নতুন বিল পেমেণ্ট কেটেগৰী

ফ্লিপকাৰ্টে বৃদ্ধি কৰিছে ডিজিটেল পেমেণ্ট অফাৰ, মুকলি কৰিছে নতুন বিল পেমেণ্ট কেটেগৰী

ভাৰতৰ ঘৰুৱা ই-কমাৰ্চ ক্ষেত্ৰখনৰ অগ্ৰদূত ফ্লিপকাৰ্টে ডিজিটেল পেমেণ্ট সেৱা সম্প্ৰসাৰণ কৰি ৫টা নতুন ৰিচাৰ্জ আৰু বিল পেমেণ্ট কেটেগৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই নতুন কেটেগৰীসমূহৰ ভিতৰত আছে ফাষ্টেগ, ডিটিএইচ ৰিচাৰ্জ, লেণ্ডলাইন, ব্ৰডবেণ্ড আৰু মোবাইল পোষ্টপেইড বিল পৰিশোধ, যিসমূহ বিদ্যুৎ আৰু মোবাইল প্ৰিপেইড ৰিচাৰ্জৰ বৰ্তমানৰ বিকল্পসমূহৰ সৈতে সংযোজন কৰা হৈছে। বিলডেস্কৰ সহযোগত আৰু ভাৰত বিল পেমেণ্টছ চিষ্টেম(বিবিপিএছ)ৰ সৈতে সহযোগিতাৰে আগবঢ়োৱা সেৱাসমূহৰ জৰিয়তে নিৰৱচ্ছিন্ন ইলেক্ট্ৰনিক বিল পেমেণ্টৰ সুবিধা প্ৰদান কৰি গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। সীমিত সময়ৰ অফাৰৰ অংশ হিচাপে গ্ৰাহকে ছুপাৰকইনৰ সৈতে ফ্লিপকাৰ্ট ইউপিআই ব্যৱহাৰ কৰি ১০% পৰ্যন্ত ৰিৱাৰ্ড ৰিডিম কৰিব পাৰে।ফ্লিপকাৰ্টৰ পেমেণ্ট আৰু ছুপাৰকইন খণ্ডৰ উপাধ্যক্ষ গৌৰৱ…
Read More
ভিয়ে আৰম্ভ কৰিছে বৰ্ধিত ৰেডএক্স প্লেন; পোষ্টপেইড ব্যৱহাৰকাৰীৰ বাবে একত্ৰিত কৰিছে নেটফ্লিক্স আৰু প্ৰিমিয়াম লাভালাভ

ভিয়ে আৰম্ভ কৰিছে বৰ্ধিত ৰেডএক্স প্লেন; পোষ্টপেইড ব্যৱহাৰকাৰীৰ বাবে একত্ৰিত কৰিছে নেটফ্লিক্স আৰু প্ৰিমিয়াম লাভালাভ

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে নিজৰ পোষ্টপেইড গ্ৰাহকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বৰ্ধিত ৰেডএক্স প্লেন মুকলি কৰিছে, এই প্লেনৰ জৰিয়তে প্ৰিমিয়াম পোষ্টপেইড অভিজ্ঞতাক একচেটিয়া সুবিধাৰ পৰিসৰৰ সৈতে উন্নীত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। ১২০১ টকা মূল্যৰ এই নতুন প্লেনে মনোৰঞ্জন, খাদ্য, ভ্ৰমণ, নিৰাপত্তা আৰু অগ্ৰাধিকাৰ গ্ৰাহক সেৱাক এটা বিস্তৃত পেকেজৰ অধীনত একত্ৰিত কৰি তুলিছে। নতুন ৰেডএক্স প্লেনৰ আকৰ্ষণীয় দিশটো হ’ল নেটফ্লিক্সৰ সৈতে ভিৰ অংশীদাৰিত্ব, যিয়ে গ্ৰাহকসকলক মোবাইল ডিভাইচ আৰু টেলিভিছন দুয়োটা ক্ষেত্ৰৰে জনপ্ৰিয় ষ্ট্ৰীমিং সেৱাৰ নিৰৱচ্ছিন্ন প্ৰৱেশ নিশ্চিত কৰে। নেটফ্লিক্স ব্যৱহাৰকাৰীসকলে এমাজন প্ৰাইম, ডিজনী+ হটষ্টাৰ, চনী লিভ আৰু ছান এনএক্সটিৰ কণ্টেণ্টসমূহ উপভোগ কৰিব পাৰিব আৰু মনোৰঞ্জনৰ অনুৰাগীসকলৰ বাবে এক বহুমুখী…
Read More
মহিন্দ্ৰাই ঘোষণা কৰিছে বিএছ৬ অ’বিডি ২ ট্ৰাকৰ বাবে মাইলেজৰ গেৰাণ্টি

মহিন্দ্ৰাই ঘোষণা কৰিছে বিএছ৬ অ’বিডি ২ ট্ৰাকৰ বাবে মাইলেজৰ গেৰাণ্টি

বাণিজ্যিক বাহন উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান মহিন্দ্ৰাৰ ট্ৰাক এণ্ড বাছ বিভাগে (এমটিবিডি) নিজৰ বিএছ৬ অ'বিডি II ৰেঞ্জৰ ট্ৰাকৰ বাবে এক যুগান্তকাৰী পদক্ষেপৰ কথা ঘোষণা কৰিছে, য’ত ব্লেজো এক্স, ফুৰিঅ', অপ্টিমো আৰু জায়ো মডেল অন্তৰ্ভুক্ত। নতুন গ্ৰাহকসকলক মূল্য প্ৰস্তাৱ "গেট ম'ৰ মাইলেজ অৰ গিভ দ্য ট্ৰাক বেক"ৰ লক্ষ্য হৈছে ক্ৰমান্বয়ে উৰ্ধ্বমুখী ইন্ধনৰ খৰচ আৰু গুৰুত্বপূৰ্ণ নিয়ন্ত্ৰণমূলক মানদণ্ডৰ সৈতে মোকাবিলা কৰা। মহিন্দ্ৰাৰ শেহতীয়া ৰেঞ্জত উন্নত ফিউৱেল স্মাৰ্ট প্ৰযুক্তি, মাইল্ড ইজিআৰ আৰু আইএমেক্স টেলিমেটিক্স সমাধানৰ সৈতে ৭.২এল এমপাৱাৰ ইঞ্জিন আৰু এমডি টেক ইঞ্জিনৰ সুবিধাসমূহ প্ৰদান কৰিছে, যিয়ে উচ্চ ইন্ধন কাৰ্যক্ষমতা আৰু কম এড ব্লু খৰচৰ প্ৰতিশ্ৰুতি বহন কৰিছে। ১ লাখ কিলোমিটাৰৰ অধিক আৰু কেইবাটাও…
Read More
য়ামাহা মটৰে স্মাইল ফাউণ্ডেচনৰ সহযোগিতাৰে ৬৯ তম বাৰ্ষিকী উদযাপন কৰে

য়ামাহা মটৰে স্মাইল ফাউণ্ডেচনৰ সহযোগিতাৰে ৬৯ তম বাৰ্ষিকী উদযাপন কৰে

য়ামাহা মটৰ কোম্পানী লিমিটেডে(ৱাইএমচি) শেহতীয়াকৈ উদযাপন কৰিলে ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস উদযাপনে বছৰ বছৰ ধৰি অভিনৱ বাহনৰ জৰিয়তে বিশুদ্ধ মটৰ চাইকেল চলোৱাৰ আনন্দক উজ্জ্বল কৰি তুলিছে। ইণ্ডিয়া য়ামাহা মটৰে(আই ৱাই এম) স্মাইল ফাউণ্ডেচনৰ সহযোগত ৫০০ৰো অধিক দৰিদ্ৰ শিশুক উপকৃত কৰিব পৰা এক উৎসাহজনক-ইতিবাচক পদক্ষেপৰ সৈতে ব্লু ষ্ট্ৰীকছ ৰাইডিং সম্প্ৰদায়ক জড়িত কৰিছে। ব্লু ষ্ট্ৰিকছৰ ৰাইডাৰসকলে ১২খন চহৰৰ এনজিঅ’ইপৰিচালনা কৰা বিদ্যালয়সমূহ পৰিদৰ্শন কৰে, য’ত ৰাইডাৰসকলে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে আৰু বহী, কলম, পেঞ্চিলৰ দৰে প্ৰয়োজনীয় শৈক্ষিক সামগ্ৰী বিতৰণ কৰে। তদুপৰি পথচাৰীৰ নিয়ম, হেলমেট ব্যৱহাৰৰ গুৰুত্ব, ট্ৰেফিক চিগনেলৰ তাত্পৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিশুসকলক পথ সুৰক্ষাৰ প্ৰাথমিক পদ্ধতিৰ বিষয়ে…
Read More
চেমচাঙে মুকলি কৰিছে ‘বেচপ’ক এআই ডে’জ’, এআই চালিত ডিজিটেল সঁজুলিত আগবঢ়াইছে একচেটিয়া লেনদেন

চেমচাঙে মুকলি কৰিছে ‘বেচপ’ক এআই ডে’জ’, এআই চালিত ডিজিটেল সঁজুলিত আগবঢ়াইছে একচেটিয়া লেনদেন

ভাৰতৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে এআইক অধিক গণতান্ত্ৰিক কৰি তোলাৰ লগতে গ্ৰাহকৰ বাবে নিজৰ সামগ্ৰীসমূহ অধিক সুলভ কৰি তোলাৰ লক্ষ্যৰে নিজৰ বেচপক এআই চালিত ডিজিটেল সঁজুলিসমূহৰ প্ৰমচনেল লেনদেন মুকলি কৰিছে। চেমচাঙৰ নতুন ৰেঞ্জৰ বেচপ’ক সঁজুলিসমূহে কাম বা কাৰ্যসমূহ সুশৃংখলিত কৰিবলৈ এআইক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰি স্মাৰ্ট লিভিং সক্ষম কৰি তোলে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে নিজৰ জীৱনত অধিক অৰ্থপূৰ্ণ সাধনা বা প্ৰয়োগৰ বাবে অধিক সময় আহৰণ কৰিব পাৰে, যি “ডু লেছ, লাইভ মৰ”ৰ নীতি-নিয়মৰ সৈতে নিখুঁতভাৱে সংগতি ৰাখে। চেমচাঙে ২০২৪ৰ ৫-১৪ জুলাইলৈ বেচপক এআই চালিত ডিজিটেল এপ্লায়েন্স ৰেঞ্জত ‘বেচপ’ক এআই ডে'জ’ আগবঢ়াইছে, এই অফাৰৰ সময়ছোৱাত ভাৰতীয় পৰিয়ালসমূহে স্মাৰ্ট হোম তৈয়াৰ কৰিব পাৰিব আৰু…
Read More
থাপৰ ইনষ্টিটিউট আৰু এনভিডিয়াই সহযোগিতাৰে আৰম্ভ কৰিছে এআই-সক্ষম বিশ্ববিদ্যালয়, ন ৰূপত সংজ্ঞায়িত কৰিছে ভাৰতৰ উচ্চ শিক্ষাক

থাপৰ ইনষ্টিটিউট আৰু এনভিডিয়াই সহযোগিতাৰে আৰম্ভ কৰিছে এআই-সক্ষম বিশ্ববিদ্যালয়, ন ৰূপত সংজ্ঞায়িত কৰিছে ভাৰতৰ উচ্চ শিক্ষাক

থাপৰ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি(টিআইইটি)-এ এনভিডিয়া এআই ইউনিভাৰ্চিটী প্ৰগ্ৰামৰ  কাৰিকৰী সমৰ্থনত থাপৰ স্কুল অৱ এডভান্সড এআই এণ্ড ডাটা চাইন্স (টিএছএএআই) স্থাপনৰ বাবে এনভিডিয়াৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ আৰু সহযোগিতাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ জৰিয়তে পাঠ্যক্ৰমত অত্যাধুনিক প্ৰযুক্তিসমূহক একত্ৰিত কৰি এআই বিশেষজ্ঞতাৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। টিআইইটি আৰু এনভিডিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অধীনত টিআইইটিৰ পাটিয়ালা চৌহদত টিএছএআই স্থাপন কৰা হ’ব। এই যুগান্তকাৰী পদক্ষেপৰ লক্ষ্য হৈছে ছাত্ৰ আৰু অধ্যাপক উভয়কে অত্যাৱশ্যকীয় এআই দক্ষতা আৰু জ্ঞানেৰে সৱলীকৰণ কৰিবলৈ শৈক্ষিক পাঠ্যক্ৰম, গৱেষণাৰ সুযোগ আৰু উদ্ভাৱন প্ৰকল্পৰ এক বিস্তৃত পৰিসৰ প্ৰদান কৰা।  থাপৰ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড…
Read More
জেনেছিছ গ্ৰুপলৈ ২০২৪ বৰ্ষৰ এমএছএমই সন্মান 

জেনেছিছ গ্ৰুপলৈ ২০২৪ বৰ্ষৰ এমএছএমই সন্মান 

টেলি চল্যুচনে প্ৰতি বছৰে প্ৰদান কৰা ‘এম এছ এম ই বঁটা’ৰ চতুৰ্থ সংস্কৰণত গুৱাহাটীৰ জেনেছিছ গ্ৰুপ অৱ কোম্পানীক সন্মানিত কৰিছে। চতুৰ্থ সংস্কৰণত ডিবিএছ (ডেভেলপমেণ্ট বেংক অৱ ছিংগাপুৰ লিমিটেড) বেংক আৰু মেকমাইট্ৰিপৰ মাইবিজৰ সমৰ্থনত টেলি এমএছএমই বঁটাই সমগ্ৰ ভাৰতৰ ১০০টা এমএছএমইক স্বীকৃতি প্ৰদান কৰে। এই বছৰ লাভ কৰা ১৯,০০০+ গ্ল’বেল মনোনয়নৰ ভিতৰত বঁটাৰ বাবে নিৰ্বাচিত হৈছে গুৱাহাটীৰ জেনেছিছ গ্ৰুপ অৱ কোম্পানী নামৰ প্ৰতিষ্ঠানটো। টেলি এমএছএমই সন্মান হৈছে দেশখনৰ অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত ব্যৱসায়ী আৰু উদ্যোগীসকলক নিজৰ অৱদানৰ বাবে স্বীকৃতি প্ৰদান কৰাৰ এক বছৰেকীয়া পদক্ষেপ। এই বৰ্ষৰ এই সন্মানে দেশৰ দৈৰ্ঘ্য আৰু প্ৰস্থ সামৰি উপযুক্ত ব্যক্তিসকলক নিৰ্বাচিত কৰিছে আৰু উন্নাও, আগৰতলা, ভাপি, আছানছোল…
Read More
৪০,০০০ ভক্সৱেগেন বিক্ৰী কৰি পিপিএছ মটৰ্ছৰ অভিলেখ

৪০,০০০ ভক্সৱেগেন বিক্ৰী কৰি পিপিএছ মটৰ্ছৰ অভিলেখ

পিপিএছ মটৰ্ছে ৪০,০০০খন ভক্সৱেগেন বাহন বিক্ৰী কৰাৰ মাইলৰ খুঁটিত উপনীত হৈ ভাৰতৰ প্ৰথমটো বহু ৰাজ্যিক ডিলাৰ হিচাপে নতুন ইতিহাস ৰচনা কৰিলে। বৰ্তমান পিপিএছ মটৰ্ছৰ ভাৰতৰ ভিতৰতে ভক্সৱেগেনৰ বাবে সৰ্ববৃহৎ টাচ্চপইণ্ট নেটৱৰ্ক আছে যাৰ ভিতৰত পাঁচখন ৰাজ্য ক্ৰমে তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিম বংগ আৰু অসমত বিয়পি থকা ৩৩টা টাচ্চপইণ্টৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে। ক'ভিড মহামাৰীৰ পাছত অটো উদ্যোগত সামান্য মন্থৰতা আহিলেও পিপিএছ মটৰ্ছে নিজৰ ব্যৱসায় ৩৩টা টাচ্চ পইণ্টলৈ সম্প্ৰসাৰণ কৰি ভক্সৱেগেনৰ সৰ্ববৃহৎ নেটৱৰ্ক অংশীদাৰ হৈ পৰিছে। পিপিএছ মটৰ্ছে প্ৰতিখন দশম ভক্সৱেগেন বাহন বিক্ৰী আৰু ভক্সৱেগেন টাচ্চপইণ্টৰ বাবে ৪.৮ৰ উচ্চ গুগল ৰেটিঙে ব্যতিক্ৰমী সেৱাৰ মানদণ্ড আৰু গ্ৰাহকৰ সন্তুষ্টি প্ৰদৰ্শন কৰিছে। পিপিএছ…
Read More