29
Jul
শিশু-নবজাতকৰ স্কিনকেয়াৰৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান জনছন’ছ® বেবীয়ে মুকলি কৰিলে শেহতীয়া টেলিভিছন অভিযান "প্ৰটেকচন* কা প্ৰমিজ পেহলে দিন ছে", য'ত বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ আৰু অভিনেত্ৰী কন্যা সোণম কাপুৰে অভিনয় কৰিছে। ডিডিবি মুদ্ৰাৰ ধাৰণাৰে প্ৰস্তুত কৰা এই নতুন অভিযানে শিশুৰ বাবে সুৰক্ষিত উপাদানৰ পৰা তৈয়াৰী সামগ্ৰীৰে কেঁচুৱাৰ প্ৰথম দিনাৰ পৰাই নবজাতকৰ সুক্ষ্ম ছালখনক সুৰক্ষিত কৰাৰ বাবে ব্ৰেণ্ডটোৰ প্ৰতিশ্ৰুতিক আৰু অধিক উজ্জ্বল কৰি তুলিছে। এই অভিযানত আইকনিক পিতৃ-কন্যা যুটিৰ মাজত এক চঞ্চল আৰু আৱেগিক পাৰস্পৰিক বাৰ্তালাপ প্ৰদৰ্শন কৰা হৈছে। বিজ্ঞাপন ছবিখনত এজন উদ্বিগ্ন ককাকৰ চৰিত্ৰত অভিনয় কৰি অনিল কাপুৰে গা ধোৱাৰ পিছত শিশুটিৰ ছালৰ আৰ্দ্ৰতা ধৰি ৰখাৰ ওপৰত কন্যাক প্ৰশ্ন…
