03
Apr
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিয়াৰ পিছতে খালিস্তানী সমৰ্থক গোট "শিখছ ফৰ জাষ্টিচ"লৈ মুকলি পত্ৰ লিখিছে আলফা স্বাধীনে। পত্ৰখনত আলফা-স্বাধীনে "শিখছ ফৰ জাষ্টিছে প্ৰদান কৰা ভাবুকিক লৈ হতাশা প্ৰকাশ কৰি কয় যে ই দুৰ্ভাগ্যজনক আৰু ভুল বুজাবুজি। আলফা-স্বাধীনে আৰু কয় যে ১৯৮৪ চনত "অপাৰেচন ব্লুষ্টাৰ"ৰ পিছত সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰা শিখবাদ বিৰোধী ঢৌৰ সময়ত অসমৰ থলুৱা জনসাধাৰণে অসম আৰু পশ্চিম-দক্ষিণ-পূবত বসবাস কৰা শিখসকলৰ কোনো ধৰণৰ মানসিক বা শাৰীৰিক হাৰাশাস্তিৰ পৰা বিৰত আছিল। আলফা-স্বাধীনে জোৰ দি কয় যে এই সময়ছোৱাত অসম বা এছিয়াত শিখক হত্যা বা হাৰাশাস্তিৰ কোনো উদাহৰণ নাই, আৰু এইটো অসমৰ স্থানীয় জনসাধাৰণৰ ৰীতি-নীতি আৰু উদাৰতাৰ প্ৰমাণ। শেহতীয়াকৈ ‘খালিস্তান…