18
May
ৰাজ্যত পুনৰ ঘোচ কাণ্ড। এইবাৰ কামৰূপ জিলাৰ নগৰবেৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানৰ সময়ত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল। ধৃত লাটমণ্ডল জনৰ নাম মহেন্দ্ৰ নাথ।
